শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

ইতিহাসত আজিৰ দিনটো- (১৪ অক্টোবৰ)

Post a Comment

১) ১২৪০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক ৰেজিয়া চুলতানাৰ মৃত্যু হয় ।

২) ১৯২৪ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয় ।

৩) ১৯২৯ চনৰ আজিৰ দিনটোতে ভাস্কৰ্য শিল্পী শোভা ব্ৰহ্মৰ জন্ম হয় ।

৪) ১৯৮০ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰা হয় ।

৫) ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ জন্ম হয় ৷

৬) ১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনলৈ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হয় ।

৭) ২০০১ চনৰ আজিৰ দিনটোতে আফগানিস্তানত মাৰ্কিন আক্ৰমণৰ পৰিণতিত নাইজেৰিয়াত হোৱা গোষ্ঠীগত সংঘৰ্ষত প্ৰায় দুশ লোকৰ মৃত্যু হয় , অসংখ্য মছজিদ , গীৰ্জা ধ্বংস হয় ।


Related Posts

Post a Comment

Responsive Ads Here