শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

ইতিহাসত আজিৰ দিনটো- (১৭ অক্টোবৰ)

Post a Comment

১) ১৬০৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰৰ মৃত্যু হয় ।

২) ১৮১৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয় । তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে । এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয় ।

৩) ১৮৩১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেই ডাইনামো আৱিষ্কাৰ কৰে ।

৪) ১৯০০ চনৰ আজিৰ দিনটোতে অসমীয়া সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হয় ।

৫) ১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয় ।

৬) ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয় ।

৭) ১৯৩৭ চনৰ আজিৰ দিনটোতে মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

৮) ১৯৪০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয় ।

৯) ১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ জন্ম হয় ।

১০) ১৯৭৯ চনৰ আজিৰ দিনটোতে মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হয় ।

১১) ১৯৮৯ চনৰ আজিৰ দিনটোতে শিল্পী যুগল দাসৰ মৃত্যু হয় ।

১২) ২০০১ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ'নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয় ।

১৩) ২০০৩ চনৰ আজিৰ দিনটোতে শ্ৰীহৰিকোটাৰ পৰা PSLV-5 ৰ উৎক্ষেপণ কৰা হয় ।


১৪) আজি অসম ক্ৰীড়া দিৱস ।

Related Posts

Post a Comment

Responsive Ads Here