শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

ইতিহাসত আজিৰ দিনটো- (১৫ অক্টোবৰ)


১) খ্ৰীষ্টপূৰ্ব ৭০ত ৰোমৰ মহাকবি ভাৰ্জিলৰ জন্ম হয় ।

২) ১৫৪১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইটালীৰ পদাৰ্থবিদ , বেৰোমিটাৰৰ আৱিষ্কাৰক ইভানজেলিষ্টা টৰচেলিৰ জন্ম হয় ।

৩) ১৮৭৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ জন্ম হয় ।

৪) ১৯১৭ চনৰ আজিৰ দিনটোতে মহিলা গুপ্তচৰ মাতাহাৰী ফৰাচী সেনাৰ গুলীত নিহত হয় । নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল ।

৫) ১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি , মিছাইল মেন ডঃ এ পি জে আব্দুল কালামৰ জন্ম হয় ।

৬) ১৯৬৪ চনৰ আজিৰ দিনটোতে চীনে প্ৰথম বাৰৰ বাবে পাৰমাণৱিক বোমা পৰীক্ষণ কৰে ।

৭) ১৯৭৭ চনৰ আজিৰ দিনটোতে কণ্ঠশিল্পী , সুৰকাৰ জয়ন্ত হাজৰিকাৰ মৃত্যু হয় ।

৮) ২০০০ চনৰ আজিৰ দিনটোতে সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ মৃত্যু হয় ।


৯) ২০০৪ চনৰ আজিৰ দিনটোতে বিশিষ্ট সাহিত্যিক হেম বৰগোহাঞিৰ মৃত্যু হয় ।

Related Posts

Post a Comment

Responsive Ads Here