Osaka, Japan ত ফোন বুথবোৰ এতিয়া নাই ৷ Posted by Admin at 13:40:00 Post a Comment Cellular phoneৰ কাৰণে ৰাজহুৱা phone booth বোৰ আজিকালি নচলা হৈছে ৷ সেইকাৰণে Osaka, Japan ত ৰাজহুৱা ফোন বুথবোৰ Aquariums বনোৱা হৈছে ৷ দেশ-বিদেশ
ভূটানত কোনো ট্ৰেফিক লাইট নাই ৷ Posted by Admin at 13:32:00 Post a Comment ভূটানত কোনো ট্ৰেফিক লাইট নাই ৷ তেওঁলোকৰ ট্ৰেফিক পুলিচবোৰেই হাতেৰে সংকেত দি যান বাহন সমূহ ৰখা আৰু অহা যোৱাত সহায় কৰে ৷ দেশ-বিদেশ