শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

চৰাইৰ জাকে ওলোটা 'V' আকাৰত উৰে কিয় ?

2 comments
চৰাই এটাই পাখি দুখন মাৰি উৰি যাওঁতে বায়ুমণ্ডলত এটা বতাহৰ সোতঁৰ সৃষ্টি কৰি যায় ৷ উৰি যোৱা চৰাইজাকৰ একেবাৰে আগত থকা চৰাইটোৱে প্ৰথমে যি বতাহৰ সোতঁৰ সৃষ্টি কৰে তাৰ সহায়ত দ্বিতীয় চৰাইটোৱে সহজে উৰি যাব পাৰে আৰু তৃতীয়টো চৰাইৰ কাৰণে সোতঁৰ সৃষ্টি কৰি যায় ৷



এই প্ৰক্ৰিয়াৰে এটাৰ পিছত এটাকৈ জাকটোৰ সকলোবোৰ চৰাইয়ে লাভবান হয় ৷ একেশাৰীতে উৰাতকৈ ওলোটা 'V' আকাৰত উৰিলে প্ৰত্যেকটো চৰাইয়ে সেই সোতঁত লাভবান হয় ৷ সেয়ে অতি সহজে উৰিবৰ কাৰণে চৰাইবোৰে ওলোটা 'V' আকাৰত উৰে ৷
Newest Older

Related Posts

2 comments

Post a Comment

Responsive Ads Here